Time8 News
VerifiedOnline/Digital
TIME8 is first-of-its-kind fully dedicated digital news media from Northeast India, ushering a revolution in terms of news collection, unbiased storytelling and fearless journalism powered by raw energy of youth with the tenacity of seasoned journalists. We offer an extensive newsfeed covering politics, policy, sports, entertainment, fashion, art and wellness and of course, web culture. Source
Actions
Media Outlet details
| Scope | National |
|---|---|
| Language | Assamese, Bengali / Bangla, English |
| Country | India |
|
Similarweb UVM |
Request pricing |
|
Comscore UVM |
Request pricing |
Recent Articles
Search ArticlesNagaon Lok Sabha by-election: ‘নিমাতি কইনা’ শিৱামণি বৰাঃ মুখ্যমন্ত্ৰীৰ তীব্ৰ কটাক্ষ
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে জোৰদাৰ প্ৰচাৰ চলাইছে বিজেপি দলে। বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ প্ৰচাৰ চলাইছে বিজেপিৰ ৰথী-মহাৰথীৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Nagaon Lok Sabha by-election)। মঙলবাৰে মৰিগাঁৱত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই সভাত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাক ‘নিমাতি কইনা’ বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। বটদ্ৰৱা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক হিচাপে শিৱামণি বৰাৰ কাৰ্যকালৰ ৰেকৰ্ডক লৈ প্ৰশ্ন উত্থাপন কৰে...
Zubeen Garg case: জামিন পালে জুবিন গাৰ্গৰ দুই দেহৰক্ষীয়ে
Zubeen Garg case: জামিন পালে জুবিন গাৰ্গৰ দুই দেহৰক্ষীয়ে। পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন লাভ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ গোচৰত প্ৰথমটো জামিন লাভ। জামিন পালে জুবিন গাৰ্গৰ দুই দেহৰক্ষীয়ে। শিল্পীগৰাকীৰ দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন লাভ। জামিন মঞ্জুৰ বিশেষ ন্যায়াধীশৰ আদালতৰ (Zubeen Garg case)। তদন্তকাৰী আৰক্ষীৰ ভুল বাবেই জামিন লাভ দুই দেহৰক্ষীৰ। উল্লেখ্য য়ে, আয় বৰ্হিভূত গোচৰত জামিন লাভ কৰিছে দুয়োগৰাকী গেহৰক্ষীয়ে। অৱশ্যে জামিন পালেও মুকলি আকাশৰ তললৈ আহিব নোৱাৰে দুই...
Assam Rifles team attacked: ভাৰত-ম্যানমাৰ সীমান্তত ভয়ংকৰ আক্ৰমণ, অসম ৰাইফলছৰ জোৱান নিহত
অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত মঙলবাৰে পুৱাই ভাৰত-ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ এটা টহলদাৰী দল আক্ৰমণৰ সন্মুখীন হয়। এই আক্ৰমণত এজন জোৱান নিহত হোৱা বুলি জানিব পৰা গৈছে (Assam Rifles team attacked)। পুৱা প্ৰায় ৬:৩০ বজাত ভাৰত-ম্যানমাৰ সীমান্তৰ এটা অঞ্চলত সীমান্ত বেৰ নিৰ্মাণৰ কাম চলি থকাৰ সময়তে অসম ৰাইফলছৰ জোৱানসকলে টহল দি আছিল। সেই সময়তে এই আক্ৰমণ সংঘটিত হয়। চাংলাং জিলাৰ নাম্পং চাৰ্কলৰ অন্তৰ্গত নাম্পং নাল্লাৰ ওচৰত ভাৰত-ম্যানমাৰ সীমান্তত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে (India Myanmar...
Guwahati accident: নৱবিবাহিতা পত্নীৰ সৈতে খানাপাৰালৈ যোৱাৰ সময়তে ঘটিল ভয়ংকৰ ঘটনা
মহানগৰীৰ জালুকবাৰীত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। এই কৰুণ ঘটনাত ছিপাঝাৰৰ এজন যুৱকে প্ৰাণ হেৰুৱায়। মাত্ৰ ৬ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল বিশ্বজিৎ কলিতা নামৰ যুৱকজন। তেওঁ পল্টন বজাৰৰ বিজুলী ভৱনত শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল (Guwahati accident)। সোমবাৰে সন্ধিয়া পত্নীৰ সৈতে দুচকীয়া বাহনেৰে খানাপাৰাৰ দিশে গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা (Guwahati Jalukbari accident)। জলুকবাৰীত উপস্থিত হোৱাৰ সময়তে দ্ৰুতগতিত অহা এখন বাহনে তেওঁৰ দুচকীয়া বাহনত খুন্দা...
India West Indies ODI Guwahati: গুৱাহাটীত ভাৰত-ৱেষ্ট ইণ্ডিজৰ হাই-ভল্টেজ মেচ, যান-বাহন চলাচলক লৈ জৰুৰী নিৰ্দেশনা
৩০ ছেপ্টেম্বৰ, বুধবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ দ্বিতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচক লৈ গুৱাহাটী সাজু হৈছে। সোমবাৰে অসম ক্ৰিকেট এছ’চিয়েশ্যনে জনোৱা মতে, এতিয়ালৈকে প্ৰায় ২০,০০০ টিকট বিক্ৰী হৈছে আৰু অনলাইনত প্ৰায় ২,০০০ টিকট এতিয়াও উপলব্ধ আছে (India West Indies ODI Guwahati)। ষ্টেডিয়ামৰ ভিতৰত খাদ্যৰ বিপণী থাকিব। লগতে খাদ্য আৰু অন্যান্য সামগ্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাসকলক ছপা মূল্যতকৈ অধিক দাম নল’বলৈ নিৰ্দেশ দিয়া হৈছে বুলি দত্তই...
WPL 2027 retained players: আৰ চি বিৰ পৰা মুম্বাইলৈ… ২০২৭ৰ বাবে ৰিটেইন খেলুৱৈৰ তালিকা প্ৰকাশ
মহিলা প্ৰিমিয়াৰ লীগ (WPL) ২০২৭ৰ নিলামৰ পূৰ্বে পাঁচটা ফ্ৰেঞ্চাইজিয়ে ৰিটেইন কৰা খেলুৱৈসকলৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। এইবাৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)ক লৈ সৰ্বাধিক চৰ্চা চলিছিল। দলটোৱে এলিছ পেৰীক মুকলি কৰি দিব পাৰে বুলি চৰ্চা চলিছিল। কিন্তু এতিয়া নিশ্চিত হৈছে যে WPL ২০২৭তো পেৰীয়ে RCBৰ হৈয়েই খেলিব। কোনখন ফ্ৰেঞ্চাইজিয়ে কোন কোন খেলুৱৈক ৰিটেইন কৰিলে, চাওক- (WPL 2027 retained players) মহিলা প্ৰিমিয়াৰ লীগ ২০২৭ লীগৰ পঞ্চম সংস্কৰণ হ’ব। এই সংস্কৰণত ৫খন দল—দিল্লী কেপিটেলছ, গুজৰাট...
Dibrugarh Bangladesh cargo: ৮০ বছৰৰ পাছত ডিব্ৰুগড়ে ৰচিলে ইতিহাস!
স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ পথেৰে আন্তঃৰাষ্ট্ৰীয় কাৰ্গো পৰিবহণ আৰম্ভ হৈছে। এইদৰে প্ৰথমবাৰৰ বাবে বাংলাদেশলৈ কাৰ্গো প্ৰেৰণ কৰা হৈছে, যিটো বাংলাদেশলৈও এই পথেৰে প্ৰথম আন্তঃৰাষ্ট্ৰীয় কাৰ্গো হ’ব (Dibrugarh Bangladesh cargo)। ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা বাংলাদেশলৈ দুখন কণ্টেইনাৰ জাহাজ প্ৰেৰণ কৰা হৈছে। জাহাজ দুখনত মুঠ ১,০৮০ টন মিথানল কঢ়িয়াই নিয়া হৈছে। প্ৰতিখন জাহাজত ২০ টনকৈ মিথানল থকা ২৭টাকৈ কণ্টেইনাৰ আছে আৰু প্ৰতিখন জাহাজত প্ৰায় ৫৪০ টন সামগ্ৰী আছে। এই...
Nagaon Lok Sabha bypoll: চামগুৰিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ প্ৰতিবাদৰ সন্মুখীন ৰকিবুল হুছেইন
নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ প্ৰতিবাদৰ সন্মুখীন হ’ল সাংসদ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন। চামগুৰিৰ খাটোৱাল অঞ্চলত প্ৰতিবাদৰ সন্মুখীন হয় কংগ্ৰেছ সাংসদগৰাকী (Nagaon Lok Sabha bypoll)। জানিব পৰা মতে ৰকিবুল হুছেইন উত্তৰ খাটোৱালত শিৱামণি বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হোৱাৰ সময়ত একাংশ লোকে ক’লা কাপোৰ প্ৰদৰ্শন কৰি “ৰকিবুল হুছেইন গ’ বেক” আৰু “ৰকিবুল হুছেইন মুৰ্দাবাদ” ধ্বনি দিয়ে (Protest Against Rakibul Hussain)। প্ৰতিবাদকাৰীসকলে...
Jorhat crime news: ৰাজপথত বেল্ট খুলি প্ৰেমিকাৰ ওপৰত ভয়ংকৰ কাণ্ড প্ৰেমিকৰ
ৰাজপথত বেল্ট খুলি প্ৰেমিকাৰ ওপৰত ভয়ংকৰ কাণ্ড প্ৰেমিকৰ। প্ৰেমিকাক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ প্ৰেমিকৰ বিৰুদ্ধে। যোৰহাটত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা (Jorhat crime news)। যোৰহাটৰ শান্তি আশ্ৰমৰ সমীপত এগৰাকী যুৱতীক তেওঁৰ প্ৰেমিকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় লোকৰ দাবী অনুসৰি, যুৱকজনে বেল্টেৰে যুৱতীগৰাকীক নিষ্ঠুৰভাৱে আক্ৰমণ কৰে (Jorhat assault case)। ঘটনাটো প্ৰত্যক্ষ কৰা লোকসকলৰ মতে, যুৱকজনে নিজৰ বেল্ট খুলি যুৱতীগৰাকীক সেই বেল্টেৰে প্ৰহাৰ কৰে। শান্তি আশ্ৰমৰ সমীপত সংঘটিত এই...
Team India in Guwahati: গুৱাহাটীত উপস্থিত ভাৰতীয় দল, বিৰাট-ৰোহিতক চাবলৈ অনুৰাগীৰ ভিৰ
গুৱাহাটীত উপস্থিত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দল। চলি থকা এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত অংশগ্ৰহণ কৰিবলৈ সোমবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হয় ভাৰতীয় ক্ৰিকেট দলৰ লগতে ৱেষ্ট ইণ্ডিজৰ দলটো (Team India in Guwahati)। ৩০ ছেপ্টেম্বৰ, বুধবাৰে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব শৃংখলাৰ দ্বিতীয়খন এদিনীয়া। দিনৰ ২ বজাৰ পৰা আৰম্ভ হ’ব এই মেচখন। সোমবাৰে সন্ধিয়া ভাৰতীয় দলটো গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনোৱা হয় (India vs West Indies 2nd ODI)। বিৰাট কোহলী, ৰোহিত শৰ্মা,...